ASI Signage

The Archaeological Survey of India (ASI) has installed the eco-friendly signage on wooden panel in Assamese, Hindi and English, and one in Braille script, at the site. This initiative aims to provide visitors with the basic understanding of the site's historical and cultural significance, while also ensuring accessibility to information by the differently-abled visitors. The wooden signage provides information about architecture of the Moidams and results of excavations of Moidam 2.

ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষনৰ ফলক

ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষনে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত কাঠৰ পেনেলত পৰিৱেশ অনুকূল ফলক তৈয়াৰ কৰি তাত সকলো নিৰ্দেশনা লিপিবদ্ধ কৰাৰ লগতে বিভিন্ন ভাৱে অক্ষমতা থকা লোকেও যাতে এই ক্ষেত্ৰলৈ যাবলৈ অসুবিধা নাপায়, তাৰ সু-ব্যৱস্থা কৰিছে। এই কাঠৰ ফলকবোৰে মৈদাম সমূহৰ স্থাপত্য খননৰ ফলাফল সম্পর্কীয় তথ্য যোগান ধৰিছে।